NO COMMENT এৰি হিম্মৎসিংকাৰ COMMENT - হয়, মোৰ পিষ্টলৰ পৰাই ওলাইছিল গুলী

দুৰ্ঘটনাবশতঃ পিষ্টলৰ পৰা গুলী ওলাই লাগিছিল লস্কৰ উপাধিৰ যুৱতীগৰাকীৰ ভৰিত।

News18-Assam
Updated:July 9, 2019, 3:08 PM IST
NO COMMENT এৰি হিম্মৎসিংকাৰ COMMENT - হয়, মোৰ পিষ্টলৰ পৰাই ওলাইছিল গুলী
দুৰ্ঘটনাবশতঃ পিষ্টলৰ পৰা গুলী ওলাই লাগিছিল লস্কৰ উপাধিৰ যুৱতীগৰাকীৰ ভৰিত।
News18-Assam
Updated: July 9, 2019, 3:08 PM IST
নিজৰ পিষ্টলৰ পৰা গুলী ওলাই যুৱতীৰ ভৰিত লগাৰ কথা স্বীকাৰ কৰিলে ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাই। দুৰ্ঘটনাবশতঃ পিষ্টলৰ পৰা গুলী ওলাই লাগিছিল লস্কৰ উপাধিৰ যুৱতীগৰাকীৰ ভৰিত। হিম্মৎসিংকাৰ আমচৈৰ ঘৰত সংঘটিত হৈছিল এই ঘটনা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত সামান্য অসুস্থ হৈ পৰা হিম্মৎসিংকাক ভৰ্তি কৰোৱা হৈছে GMCHত। হাস্পতালত NEWS18ৰ সাংবাদিকৰ আগত এই মন্তব্য কৰে ব্যৱসায়ীজনে।

আৰু চাওক পৰৱৰ্তী বাতৰি