আমচৈ বাগিচাৰ শ্ৰমিকৰ খং! হিম্মৎসিংকাৰ নিজৰ বাগানতে প্ৰৱেশ নিষিদ্ধ

বাগানৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ক্ষুব্ধ শ্ৰমিক।

News18-Assam
Updated:July 11, 2019, 1:24 PM IST
আমচৈ বাগিচাৰ শ্ৰমিকৰ খং! হিম্মৎসিংকাৰ নিজৰ বাগানতে প্ৰৱেশ নিষিদ্ধ
ফটোঃইণ্টাৰনেট
News18-Assam
Updated: July 11, 2019, 1:24 PM IST
আমচৈত প্ৰৱেশ নিষিদ্ধ ৰাজেশ হিম্মৎসিংকাৰ
ক্ষুদ্ধ শ্ৰমিকে বাংলোৰ গেটত উলমালে তলা
বাংলোত হোৱা অনৈতিক কাৰ্যকলাপৰ বাবে এই সিদ্ধান্ত

বাগানৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ হিম্মৎসিংকাৰ বিৰুদ্ধে
৪ জুলাইত বাংলোত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা
গুলীচালনাত আহত হৈছিল এগৰাকী যুৱতী
ঘটনাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত ব্যৱসায়ীগৰাকীক
আৰু চাওক পৰৱৰ্তী বাতৰি