உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ধলপুৰৰ উচ্ছেদিত লোকৰ ওচৰত ৰাইজৰ দল, উচ্ছেদিত লোকৰ সংস্থাপনৰ দাবী

    ধলপুৰৰ উচ্ছেদিত লোকৰ ওচৰত ৰাইজৰ দল, উচ্ছেদিত লোকৰ সংস্থাপনৰ দাবী

    বান-খহনীয়া পীড়িত দৰিদ্ৰ ভূমিহিনী লোকক অমানৱীয় উচ্ছেদৰ পৰিৱৰ্তে চৰকাৰে আন পতিত মাটিত কৃষি প্ৰকল্প গ্ৰহণ পৰামৰ্শ ৰাইজৰ দলৰ।

    • Share this:
    ধলপুৰৰ উচ্ছেদ অভিযানৰ ঘটনাত সাম্প্ৰদায়িক ৰাজনীতিৰ গোন্ধ পাইছে ৰাইজৰ দলে৷ ধলপুৰত চলোৱা উচ্ছেদ অভিযানত মুছলমানসকলক টাৰ্গেট কৰি লৈছে ৰাজ্য চৰকাৰে৷ যাৰ বাবে ধাৰাবাহিকভাৱে উচ্ছেদ চলাইছে অঞ্চলটোত৷ এই অভিযোগ ৰাইজৰ দলৰ৷ দৰং দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ধলপুৰ উচ্ছেদিত স্থান পৰিদৰ্শন কৰি মন্তব্য পৰিদৰ্শন কৰিবলৈ যোৱা সঁজাতী দলটোৰ৷ উচ্ছেদৰ বিৰোধিতা কৰি উচ্ছেদিত লোকসকলৰ শীঘ্ৰে পুনৰসংস্থাপনৰ দাবী জনাইছে ৰাজনৈতিক দলটোৱে।

    সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ বাবেই বান-খহনীয়াপীড়িত দৰিদ্ৰ ভূমিহীন সংখ্যালঘু মুছলমান লোকক টাৰ্গেট কৰি ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি মিত্ৰজোটৰ চৰকাৰে ধাৰাবাহিকভাৱে অমানৱীয় উচ্ছেদৰ কাৰ্যসূচী চলাইছে বুলিও বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ।

    বান-খহনীয়া পীড়িত দৰিদ্ৰ ভূমিহিনী লোকক অমানৱীয় উচ্ছেদৰ পৰিৱৰ্তে চৰকাৰে আন পতিত মাটিত কৃষি প্ৰকল্প গ্ৰহণ পৰামৰ্শ ৰাইজৰ দলৰ।

    ৰাইজৰ দলৰ উপ-সভাপতি হৰেশ্বৰ বৰ্মন, সাধাৰণ সম্পাদক আজিজুৰ ৰহমান আৰু সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলাম আৰু কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতি মুকুট ডেকাৰ নেতৃত্বত ৰাইজৰ দলৰ এক সঁজাতী দলে ধলপুৰৰ উচ্ছেদিত লোকসকলৰ পৰিস্থিতিৰ বুজ লৈ এইদৰে মন্তব্য আগবঢ়ায়।
    Published by:Sanjay Kumar Das
    First published: