• Home
  • »
  • News
  • »
  • assam
  • »
  • এজাক বৰষুণে জুৰ পেলালে মহানগৰবাসীৰ দেহ–মন

এজাক বৰষুণে জুৰ পেলালে মহানগৰবাসীৰ দেহ–মন

দেওবাৰৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমান আছিল ৩৬.৮ ডিগ্ৰী চেলচিয়াছ।

দেওবাৰৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমান আছিল ৩৬.৮ ডিগ্ৰী চেলচিয়াছ।

দেওবাৰৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমান আছিল ৩৬.৮ ডিগ্ৰী চেলচিয়াছ।

  • Share this:
গৰমৰ পৰা কিছু পৰিত্ৰাণ পালে মহানগৰবাসীয়ে। মহানগৰীৰ ঠায়ে ঠায়ে হোৱা এজাক বৰষুণে জুৰ পেলালে দেহ–মন। দেওবাৰৰ দিনাখন উৎকট গৰমে দহিছিল মহানগৰীৰ লগতে অসমবাসীক। দেওবাৰৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমান আছিল ৩৬.৮ ডিগ্ৰী চেলচিয়াছ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৰা আগজাননী অনুসৰি অহা ২৪ ঘণ্টাৰ পৰা অহা ২৪ ছেপ্টেম্বৰলৈ অসমৰ বহু কেইখন জিলাৰ বেছিভাগ স্থানত বৰষুণ হোৱাৰ লগতে গুৱাহাটী মহানগৰীৰতো বৰষুণৰ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published: