উত্তৰ–পূবলৈ আহি আছে মৌচুমী, সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ

২ জুনলৈ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ লগতে ৩ জুনত প্ৰৱল বৰষুণৰ সম্ভৱনা।

news18assam
Updated:May 31, 2019, 9:58 AM IST
উত্তৰ–পূবলৈ আহি আছে মৌচুমী, সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ
২ জুনলৈ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ লগতে ৩ জুনত প্ৰৱল বৰষুণৰ সম্ভৱনা।
news18assam
Updated: May 31, 2019, 9:58 AM IST
কেইটামান দিনৰ ভিতৰতে মৌচুমীয়ে প্ৰৱেশ কৰিব উত্তৰ-পূৰ্বাঞ্চল তথা অসমত। ইতিমধ্যে মৌচুমী বতাহ বলা আৰম্ভ হৈছে আন্দামান দ্বীপ, বংগোপসাগৰীয় অঞ্চলত। যাৰ বাবে আগন্তুক সপ্তাহৰ ভিতৰত বিভিন্ন ৰাজ্যৰ কিছু সংখ্যক ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। ৩১মে’ৰ মেৰ পৰা ২ জুনলৈ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু
ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ লগতে ৩ জুনত প্ৰৱল বৰষুণৰ সম্ভৱনা। আনহাতে গুৱাহাটী মহানগৰী তথা গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চল মেঘাচন্ন হৈ থাকিব। এই আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
আৰু চাওক পৰৱৰ্তী বাতৰি