• Home
  • »
  • News
  • »
  • assam
  • »
  • New Bridge in Brahmaputra : ব্ৰহ্মপুত্ৰত হ'ব আৰু এখন নতুন দলং, শৰাইঘাটত দলঙৰ কাষতে নিৰ্মাণ হ'ব দুখলপীয়া দলংখন

New Bridge in Brahmaputra : ব্ৰহ্মপুত্ৰত হ'ব আৰু এখন নতুন দলং, শৰাইঘাটত দলঙৰ কাষতে নিৰ্মাণ হ'ব দুখলপীয়া দলংখন

আজি এই সন্দৰ্ভত ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

আজি এই সন্দৰ্ভত ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

আজি এই সন্দৰ্ভত ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

  • Share this:
অসমবাসীৰ বাবে সুখবৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন নতুন দলং। শৰাইঘাটত নিৰ্মাণ হ’ব এই নতুন দলং। দলংখন ৰে’ল আৰু আন বাহনৰ বাবে দুখলপীয়া ৰূপত নিৰ্মাণ কৰা হ'ব।

আজি এই সন্দৰ্ভত ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে এই ঘোষণা কৰে।



এই দলং পুৰণি দলঙৰ কাষতে নিৰ্মাণ হ’ব। দলংখনৰ বাবে ৯৯৬ কোটি ৭৫ লাখ টকা অনুমোদন জনাইছে কেন্দ্ৰই। গাডকাৰীয়ে জানিবলৈ দিয়া মতে, PMৰ গতিশক্তি মিছনৰ অধীনত নিৰ্মাণ হ’ব দলংখন।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি