• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপিক প্ৰতিহত কৰাৰ বাবে সাজু! ৰঙিয়াত ৰাইজৰ দলৰ সাংগঠনিক অভিযানৰ শুভাৰম্ভ

বিজেপিক প্ৰতিহত কৰাৰ বাবে সাজু! ৰঙিয়াত ৰাইজৰ দলৰ সাংগঠনিক অভিযানৰ শুভাৰম্ভ

ৰঙিয়াৰ কনিহা-কুমাৰপাতা এম ই মাদ্ৰাছাৰ পদুলিত সাংগঠনিক অভিযানৰ শুভাৰম্ভ কৰি ৰাইজৰ দলে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক উৎখাত কৰাৰ আহ্বান জনায়।

  • Share this:
    বিজেপিক প্ৰতিহত কৰিবলৈ সাজু হৈছে ৰাইজৰ দল। ৰঙিয়াত ৰাইজৰ দলৰ সাংগঠনিক অভিযানৰ শুভাৰম্ভ। ৰঙিয়া বিধান সভা সমষ্টিত সাংগঠনিক অভিযান আৰম্ভ কৰিছে ৰাইজৰ দলে। বিজেপি চৰকাৰক উৎখাত কৰিবলৈ ককালত টঙালি বান্ধিছে নৱগঠিত দলটোৱে।

    ৰঙিয়াৰ কনিহা-কুমাৰপাতা এম ই মাদ্ৰাছাৰ পদুলিত সাংগঠনিক অভিযানৰ শুভাৰম্ভ কৰি ৰাইজৰ দলে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক উৎখাত কৰাৰ আহ্বান জনায়। ৰাইজৰ দলৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জিতুল ডেকাই দলটোৰ সাংগঠনিক অভিযানৰ শুভাৰম্ভ কৰে। সমাগত বিধানসভা নিৰ্বাচনত ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৰঙিয়াৰ পৰা তালি–টোপোলা বান্ধিব লাগিব বুলি মন্তব্য কৰে ৰাইজৰ দলৰ ৰাজ্যিক উপ-সভাপতি হৰেশ্বৰ বৰ্মনে।
    Published by:Sanjay Kumar Das
    First published: