ৰাইজৰ দলে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা। গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে।
গোলকগঞ্জত নীলিময় প্ৰধানী, বিলাসীপাৰা পশ্চিমত আলী আকবৰ মিঞা, পলাশবাৰীত অনিল বড়ো আৰু পশ্চিম গুৱাহাটীত ধনঞ্জয় কলিতাক প্ৰাৰ্থিত্ব প্ৰদান।
এতিয়ালৈ ৩০টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে। ইপিনে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দলগাঁও সমষ্টিত ওমৰ আলীৰ পৰিৱৰ্তে আৰৱ আলীক প্ৰাৰ্থীত্ব প্ৰদান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|