মাঘ বিহুৰ পিছতে মুকলি হ’ব ৰহাৰ টোলগে’ট!

News18 Assam | News18-Assam
Updated:January 10, 2020, 11:43 AM IST
মাঘ বিহুৰ পিছতে মুকলি হ’ব ৰহাৰ টোলগে’ট!
নগাঁও জিলা প্ৰশাসনে এতিয়াও সেউজ সংকেত প্ৰদান কৰা নাই টোলগে’ট মুকলিৰ ক্ষেত্ৰত

নগাঁও জিলা প্ৰশাসনে এতিয়াও সেউজ সংকেত প্ৰদান কৰা নাই টোলগে’ট মুকলিৰ ক্ষেত্ৰত

  • Share this:
মাঘ বিহুৰ পূৰ্বে মুকলি নহয় ৰহা টোলগে’ট। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলি থকাৰ মাজতে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে আজিৰে পৰা ৰহাৰ টোলগেট মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও CAA বিৰোধী প্ৰতিবাদত বিধস্ত হোৱাৰ ফলতে আজি মুকলি নহয় ৰহাৰ টোলগে’ট।  নগাঁও জিলা প্ৰশাসনে এতিয়াও টোলগে’ট মুকলি কৰাৰ ক্ষেত্ৰত সেউজ সংকেl প্ৰদান কৰা নাই। অৱশ্যে আজিৰে পৰা পুনৰ টোলগে’টৰ মেৰামতিৰ কাম আৰম্ভ হৈছে। ১৫ জানুৱাৰীৰ পৰা টোলগে’ট মুকলি হোৱাৰ সম্ভাৱনা আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি