মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰহাত কংগ্ৰেছ দলত মোক্ষম আঘাত ! ৩ নং শিঙিমাৰীৰ মাধৱপাৰাৰ জিলা পৰিষদৰ সদস্যৰ লগতে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান ...

ৰহাত কংগ্ৰেছ দলত মোক্ষম আঘাত ! ৩ নং শিঙিমাৰীৰ মাধৱপাৰাৰ জিলা পৰিষদৰ সদস্যৰ লগতে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান ...

ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং শিঙিমাৰীৰ মাধৱপাৰাৰ  জিলা পৰিষদৰ সদস্য তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ইন্দ্ৰ দাসৰ লগতে বৰপথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ভৰত দাস, সাধাৰণ সম্পাদক বিমল বিশ্বাস , প্ৰাক্তন ৱাৰ্ড সদস্য বাপুটি দাসে আজি বিজেপি দলত যোগদান কৰে।

ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং শিঙিমাৰীৰ মাধৱপাৰাৰ  জিলা পৰিষদৰ সদস্য তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ইন্দ্ৰ দাসৰ লগতে বৰপথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ভৰত দাস, সাধাৰণ সম্পাদক বিমল বিশ্বাস , প্ৰাক্তন ৱাৰ্ড সদস্য বাপুটি দাসে আজি বিজেপি দলত যোগদান কৰে।

  • Share this:
ৰহাত কংগ্ৰেছ দলত মোক্ষম আঘাত। ৩ নং শিঙিমাৰীৰ মাধৱপাৰাৰ  জিলা পৰিষদৰ সদস্যৰ লগতে কেইবাজনো কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান।ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং শিঙিমাৰীৰ মাধৱপাৰাৰ  জিলা পৰিষদৰ সদস্য তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ইন্দ্ৰ দাসৰ লগতে বৰপথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ভৰত দাস, সাধাৰণ সম্পাদক বিমল বিশ্বাস , প্ৰাক্তন ৱাৰ্ড সদস্য বাপুটি দাসে আজি বিজেপি দলত যোগদান কৰে।

কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈ আজি নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত বিধায়ক ৰূপক শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলাৰ সভাপতি অভিজিত নাথৰ  উপস্থিতিত বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ সদস্য সকলে।নতুনকৈ কংগ্ৰেছ দললৈ আগমন হোৱা আটাকেইগৰাকী সদস্যক আজি ভাৰতীয় জনতা পাৰ্টিৰ নগাঁওস্থিত কাৰ্যালয়ত উস্ম আদৰণি জনায়।উল্লেখযোগ্য যে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে বিজেপিত বৰ্তমানলৈকে যোগদান কৰা নাই যদিও ইতিমধ্যে আনুষ্ঠানিকভাৱে  কংগ্ৰেছ দল ত্যাগ কৰাৰ দৰে হৈছে।ইয়াৰ পিছতে এনেদৰেই কংগ্ৰেছ দলৰ এগৰাকী এগৰাকী সদস্যই বিজেপিত যোগদান কৰা কাৰ্য‌ই ৰহাত যে অতি শীঘ্ৰে কংগ্ৰেছ শূন্য হৈ পৰিব সেয়া নিশ্চিত হৈ পৰিছে।

শেহতীয়া বাতৰি