অভিনেতাৰ পৰা নেতা হ’ল ৰবি শৰ্মা! যোগদান কৰিলে বিজেপিত

ৰবি শৰ্মাৰ লগতে APSC কেলেংকাৰী পোহৰলৈ অনা ডা: অংশুমিতা গগৈয়েও যোগদান কৰিলে গেৰুৱা দলটোত।

News18-Assam
Updated:August 2, 2019, 5:58 PM IST
অভিনেতাৰ পৰা নেতা হ’ল ৰবি শৰ্মা! যোগদান কৰিলে বিজেপিত
source-Google
News18-Assam
Updated: August 2, 2019, 5:58 PM IST
অভিনেতা যতীন বৰা, অভিনেত্ৰী–বিধায়িকা আঙুৰলতা ডেকা, কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, জিতুল সোনোৱালৰ পদাংককে যেন অনুসৰণ কৰিলে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। শুকুৰবাৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলে অভিনেতাজনে। ৰবি শৰ্মাৰ লগতে আজি বিজেপি দলত যোগদান কৰিলে APSC কেলেংকাৰী পোহৰলৈ অনা ডা: অংশুমিতা গগৈয়েও।

বিজেপিত যোগদান কৰাৰ পিছত NEWS18 ৰ আগত কি ক’লে অভিনেতা ৰবি শৰ্মাই

https://www.facebook.com/News18AssamNE/videos/396690910969062/?t=50
আৰু চাওক পৰৱৰ্তী বাতৰি