• Home
  • »
  • News
  • »
  • assam
  • »
  • এজন যুৱকৰ ছেলফিয়ে হাহাকাৰ লগালে হোজাইত, ঘটনাটো কি?

এজন যুৱকৰ ছেলফিয়ে হাহাকাৰ লগালে হোজাইত, ঘটনাটো কি?

যুৱকজনৰ অদ্ভুত কাণ্ড দেখি অস্বস্তিত পৰে ঘটনাস্থলীত থকা লোকসকল।

যুৱকজনৰ অদ্ভুত কাণ্ড দেখি অস্বস্তিত পৰে ঘটনাস্থলীত থকা লোকসকল।

যুৱকজনৰ অদ্ভুত কাণ্ড দেখি অস্বস্তিত পৰে ঘটনাস্থলীত থকা লোকসকল।

  • Share this:
এজন যুৱকৰ ছেলফি কাণ্ডই হাহাকাৰ লগালে হোজাইত। হোজাইত কোৱাৰেণ্টাইন শিবিৰত থকা যুৱকৰ অদ্ভুদ কাণ্ড। পাৰ্ক হোটেলৰ চতুৰ্থ মহলীয়া অট্টালিকাৰ ছাঁদত কোৱাৰেণ্টাইন হৈ থকা এজন যুৱকে ছেলফি উঠি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে।

যুৱকজনক দেখি ৰাইজৰ মাজত লাগিল হৈ–চৈ। ৰাইজে হুলস্থূল কৰাত যুৱকজন নামি হোটেলৰ কোঠালৈ গুচি যায় যদিও যুৱকজনৰ অদ্ভুত কাণ্ড দেখি অস্বস্তিত পৰে ঘটনাস্থলীত থকা লোকসকল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি