গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক বাধা আৰক্ষীৰ। লতাশিললৈ আহি আছিল ৩ সহস্ৰাধিক শিক্ষাৰ্থী। জালুকবাৰীত আৰক্ষীয়ে বাধা দিয়ে প্ৰতিবাদকাৰীক। শূন্যলৈ গুলীচালনা কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ চেষ্টা আৰক্ষীৰ। খোজকাঢ়ি লতাশিললৈ আহি আছিল শিক্ষাৰ্থীসকল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জুবিনৰ আহ্বানত লতাশিল খেলপথাৰত হাজাৰ হাজাৰ লোক সমবেত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :