
ডাম্পাৰ চালকৰ দৌৰাত্ম্যক লৈ শ শ লোকৰ প্ৰতিবাদ।
ডাম্পাৰ চালকৰ দৌৰাত্ম্যক লৈ শ শ লোকৰ প্ৰতিবাদ।
এটা দুৰ্ঘটনাক লৈ তেজপুৰত উত্তপ্ত পৰিস্থিতি। ডাম্পাৰ চালকৰ দৌৰাত্ম্যক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ডাম্পাৰৰ খুন্দাত এজন স্কুটী আৰোহী নিহত হোৱাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নিহত লোকজন চামধৰা গাঁও পঞ্চায়তৰ সভাপতি ছাইদুল বাছাৰ। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰে ৰাইজে। ডাম্পাৰ চালকৰ দৌৰাত্ম্যক লৈ শ শ লোকৰ প্ৰতিবাদ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|