হাতী–মানুহৰ সংঘাত ৰোধৰ দাবীত নুমলীগড়ত ২ যুৱকৰ অৱস্থান ধৰ্মঘট

বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট যুৱক দুজনৰ।

News18-Assam
Updated:June 28, 2019, 1:22 PM IST
হাতী–মানুহৰ সংঘাত ৰোধৰ দাবীত নুমলীগড়ত ২ যুৱকৰ অৱস্থান ধৰ্মঘট
বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট যুৱক দুজনৰ।
News18-Assam
Updated: June 28, 2019, 1:22 PM IST
নুমলীগড়ত হাতী–মানুহৰ সংঘাত ৰোধ কৰাৰ দাবীত প্ৰতিবাদত বহিল দুই যুৱক। বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট যুৱক দুজনৰ। বৃহস্পতিবাৰে দুটা বনৰীয়া হাতীৰ পোৱালি ব্লেডযুক্ত বেৰত লাগি মৃত্যু হোৱা ঘটনাৰ উচিত তদন্ত কৰা, চাহ বাগিচাসমূহত থকা ব্লেডযুক্ত বেৰ শীঘ্ৰে আঁতৰ কৰা আৰু হাতী–মানুহৰ সংঘাত ৰোধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে যুৱক দুজনে। ‘হাতী–মানুহৰ সংঘাত দূৰ কৰক’, ‘বনৰীয়া হাতীক সুৰক্ষা দিয়ক’ শ্লোগানসম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে যুৱকদ্বয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি