প্ৰচণ্ড শীতৰ মাজতো অব্যাহত প্ৰতিবাদ, তিনিদিন ধৰি টীয়কত আমৰণ অনশন

News18 Assam | News18-Assam
Updated:December 27, 2019, 11:41 AM IST
প্ৰচণ্ড শীতৰ মাজতো অব্যাহত প্ৰতিবাদ, তিনিদিন ধৰি টীয়কত আমৰণ অনশন
৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আমৰণ অনশন অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ।

৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আমৰণ অনশন অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ।

  • News18 Assam
  • Last Updated: December 27, 2019, 11:41 AM IST
  • Share this:
ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুসহ বিভিন্ন দল–সংগঠনে বিতৰ্কিত আইনখনৰ বিৰোধিতাৰে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। পুহমহীয়া শীতৰ মাজতো টীয়কত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অনশন অব্যাহত ৰাখিছে কেইজনমান যুৱকে।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আমৰণ অনশন অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ। সন্মুখত জাতিৰ পিতাৰ ফটো লৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এইদৰে অনশন অব্যাহত ৰাখিছে যুৱককেইজনে। প্ৰতিবাদকাৰীৰ দাবী, কোনো কাৰণতে মানি নলওঁ নাগৰিকত্ব সংশোধনী আইন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 27, 2019, 11:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading