CAA বাতিলৰ দাবীত শদিয়াত ‘ৰণ হুংকাৰ’, লোকাৰণ্য চাপাখোৱা খেলপথাৰ

News18 Assam | News18-Assam
Updated:January 5, 2020, 12:34 PM IST
CAA বাতিলৰ দাবীত শদিয়াত ‘ৰণ হুংকাৰ’, লোকাৰণ্য চাপাখোৱা খেলপথাৰ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শদিয়া আঞ্চলিক সমিতি আৰু C(A)A বিৰোধী নাগৰিক মঞ্চ, শদিয়াৰ আহ্বানত তথা বিভিন্ন জাতীয়–জনগোষ্ঠীয় দল–সংগঠনৰ লগতে ৰাইজৰ সহযোগত বিশাল ৰণ হুংকাৰ কাৰ্যসূচী।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শদিয়া আঞ্চলিক সমিতি আৰু C(A)A বিৰোধী নাগৰিক মঞ্চ, শদিয়াৰ আহ্বানত তথা বিভিন্ন জাতীয়–জনগোষ্ঠীয় দল–সংগঠনৰ লগতে ৰাইজৰ সহযোগত বিশাল ৰণ হুংকাৰ কাৰ্যসূচী।

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদ। আজি এই বিতৰ্কিত আইনখন বাতিলৰ দাবীত শদিয়াত আয়োজন কৰা হৈছে ‘ৰণ হুংকাৰ’ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শদিয়া আঞ্চলিক সমিতি আৰু C(A)A বিৰোধী নাগৰিক মঞ্চ, শদিয়াৰ আহ্বানত তথা বিভিন্ন জাতীয়–জনগোষ্ঠীয় দল–সংগঠনৰ লগতে ৰাইজৰ সহযোগত বিশাল ৰণ হুংকাৰ কাৰ্যসূচী। শদিয়াৰ চাপাখোৱা ৰাজহুৱা খেল পথাৰত আয়োজিত এই কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি