CAA বাতিলৰ দাবীত আজি বি টি এ ডিত ‘জনতাৰ চিঞৰ’

News18 Assam | News18-Assam
Updated:December 18, 2019, 7:47 AM IST
CAA বাতিলৰ দাবীত আজি বি টি এ ডিত ‘জনতাৰ চিঞৰ’
১৯ ডিচেম্বৰত পালন কৰিব অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।

১৯ ডিচেম্বৰত পালন কৰিব অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।

  • Share this:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি বি টি এ ডিত ‘জনতাৰ চিঞৰ’ কাৰ্যসূচী। অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীয়ে এই কাৰ্যসূচী পালন কৰিব বুলি জনাইছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। কাইলৈ অৰ্থাৎ ১৯ ডিচেম্বৰত পালন কৰিব অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।

মঙলবাৰে সাংসদ শৰণীয়াই নাগৰিকত্ব সংশোধনী আইন অসমত কাৰ্যকৰী নকৰিবলৈ চৰকাৰক সকীয়নি দিছিল। CAA বিৰোধী প্ৰবাসী আন্দোলনকাৰীক পাকিস্তানী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যক ধিক্কাৰ দিয়ে সাংসদগৰাকীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 18, 2019, 7:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading