মুখ্যপৃষ্ঠা »খবৰ »অসম »CABৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ত মাজনিশালৈ প্ৰতিবাদ

CABৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ত মাজনিশালৈ প্ৰতিবাদ

ছাত্ৰ সমাজৰ দাবী – CAB গৃহীতৰ ক’লা দিৱসত নবহে পৰীক্ষাত৷

ছাত্ৰ সমাজৰ দাবী – CAB গৃহীতৰ ক’লা দিৱসত নবহে পৰীক্ষাত৷

ছাত্ৰ সমাজৰ দাবী – CAB গৃহীতৰ ক’লা দিৱসত নবহে পৰীক্ষাত৷

  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ত মাজনিশালৈ CABৰ বিৰুদ্ধে প্ৰতিবাদ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ঘেৰাও কৰিবলৈ বিচাৰিছিল উপাচাৰ্যৰ বাসভৱন৷ বুধবাৰৰ পৰীক্ষা বাতিলৰ দাবী জনাইছিল শিক্ষাৰ্থীসকলে৷ ছাত্ৰ সমাজৰ দাবী – CAB গৃহীতৰ ক’লা দিৱসত নবহে পৰীক্ষাত৷ উপাচাৰ্যই দাবী মানি বাতিল কৰিলে পৰীক্ষা৷ আজি অনুষ্ঠিত নহয় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ, আইন আৰু ISTৰ ছেমিষ্টাৰ পৰীক্ষা৷ অৱশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত নিৰ্ধাৰিত সূচী অনুসৰিয়ে হ’ব পৰীক্ষা৷

শেহতীয়া বাতৰি