নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি পুনৰ শিল্পী সমাজৰ প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:December 19, 2019, 10:01 AM IST
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি পুনৰ শিল্পী সমাজৰ প্ৰতিবাদ
ৰাজ্যৰ ২০০০ গৰাকী শিল্পীক চৰকাৰে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ ঘোষণাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শিল্পী সমাজে।

ৰাজ্যৰ ২০০০ গৰাকী শিল্পীক চৰকাৰে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ ঘোষণাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শিল্পী সমাজে।

  • News18 Assam
  • Last Updated: December 19, 2019, 10:01 AM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি পুনৰ শিল্পী সমাজৰ প্ৰতিবাদ। চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত শিল্পীৰ গণ অৱস্থান। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'বলগীয়া গণ অৱস্থান কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে আছু, কৰ্মচাৰী পৰিষদকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনে।

শিল্পীৰ গণ অৱস্থানত দলে–বলে যোগদান কৰিবলৈ শিল্পী সমাজৰ লগতে আছুৱে আহ্বান জনাইছে। আনহাতে ৰাজ্যৰ ২০০০ গৰাকী শিল্পীক চৰকাৰে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ ঘোষণাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শিল্পী সমাজে। চৰকাৰৰ টোপ কোনোপধ্যে গ্ৰহণ নকৰে বুলি হুংকাৰ দিছে শিল্পী সমাজে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: December 19, 2019, 10:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading