• Home
  • »
  • News
  • »
  • assam
  • »
  • ছাগলীৰ মাংস, গাহৰিৰ মাংস খোৱা বাদ দিয়ক! কোভিডৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিহাৰ কৰক এইসমূহ খাদ্য...

ছাগলীৰ মাংস, গাহৰিৰ মাংস খোৱা বাদ দিয়ক! কোভিডৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিহাৰ কৰক এইসমূহ খাদ্য...

এখন প্ৰপাৰ ডায়েট মানি চলিলে সহজেই কোভিডক পৰাস্ত কৰিব পাৰিব বুলি উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

এখন প্ৰপাৰ ডায়েট মানি চলিলে সহজেই কোভিডক পৰাস্ত কৰিব পাৰিব বুলি উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

এখন প্ৰপাৰ ডায়েট মানি চলিলে সহজেই কোভিডক পৰাস্ত কৰিব পাৰিব বুলি উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

  • Share this:
সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে কোৰোণাৰ তৃতীয় ঢৌ। ভাৰতবৰ্ষতো এতিয়া দৈনিক বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। সেইসময়তে  কোভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ খাদ্যাভ্যাস সলনি কৰিবলৈ পৰামৰ্শ দিলে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ। WHOৰ মতে, এতিয়া কোভিডৰ পৰা পৰিত্ৰাণ পাবলৈ খাব নালাগে ভিটামিন। সেইদৰে এখন প্ৰপাৰ ডায়েট মানি চলিলে সহজেই কোভিডক পৰাস্ত কৰিব পাৰিব বুলি উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

কোভিডৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি নাখাবঃ

  • প্ৰচেচড ফুড।

  • বাটাৰ-চীজ, বা প্ৰচেচড চীজ।

  • ৰেডমীট। বিশেষকৈ ছাগলীৰ মাংস, গাহৰিৰ মাংস।

  • পেকেটত থকা আহাৰ।

  • বেছিকৈ ৰিফাইনড চাউল নাখাব।

  • ৰিফাইনড তেল।

  • ব্ৰাউন চুগাৰ।


কোভিডৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি খাবঃ

  • প্ৰচূৰ পৰিমাণে পানী খাওক।

  • সতেজ সেউজীয়া শাক-পাচলি খাওক।

  • খাদ্যত মিঠাতেল ব্যৱহাৰ কৰক।

  • লোকেল চিকেন খাওক। অৰ্থাত্ হোৱাইট মীট।

  • ফল-মূল খাওক।


কম কৈ কি কি খাব পাৰিঃ


  • চেনী, নিমখ কমকৈ খাওক।

  • তেলেতীয়া খাদ্য কমকৈ খাওক।

  • কফি কমাই খাওক।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি