আলফা স্বাধীনৰ কেইবাগৰাকীও শীৰ্ষ নেতাক পদোন্নতি

লেফটেনেণ্ট কৰ্ণেল পদলৈ পদোন্নতি দিছে সংগঠনে৷

News18-Assam
Updated:October 13, 2019, 5:12 PM IST
আলফা স্বাধীনৰ কেইবাগৰাকীও শীৰ্ষ নেতাক পদোন্নতি
আলফা স্বাধীন আৰু পি এল এৰ যৌথ অভিযান ‘অপাৰেচন বাৰাক’ৰ পিছত আৰাকান কেম্পত সতীৰ্থ গেৰিলাৰ সৈতে ইষ্টাৰ্ণ কমাণ্ডৰ অধিনায়ক অৰুণোদয় অসম
News18-Assam
Updated: October 13, 2019, 5:12 PM IST
বিজু কুমাৰ ডেকা : আলফা (স্বাধীন)ৰ সহঃ প্ৰচাৰ সচিব তথা ইষ্টাৰ্ণ কমাণ্ডৰ অধিনায়ক অৰুণোদয় অসমক পদোন্নতি৷ লেফটেনেণ্ট কৰ্ণেল পদলৈ পদোন্নতি দিছে সংগঠনে৷ লগতে উজনি অসমত বহুকেইটা অভিযানৰ নেতৃত্ব দিয়া দুৰ্ধৰ্ষ সদস্য ৰূপম অসমক কেপ্টেইন পদলৈ পদোন্নতি দিছে সৰ্বাধিনায়ক ডাঃ অভিজিৎ অসমে৷

ম্যানমাৰৰ আৰাকান কেম্পত সতীৰ্থ গেৰিলাক নীতি–নিৰ্দেশনা দিয়াৰ মুহূৰ্তত অৰুণোদয় অসম।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি