ছাত্ৰীক অশালীন আচৰণ কৰি নিলম্বিত হ’ল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক

বিশ্ববিদ্যালয়ৰ অনুশাসন সমিতিয়ে ঘটনাৰ তদন্ত কৰাৰ অন্তত সোমবাৰে বিয়লি গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

News18-Assam
Updated:September 9, 2019, 7:33 PM IST
ছাত্ৰীক অশালীন আচৰণ কৰি নিলম্বিত হ’ল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক
বিশ্ববিদ্যালয়ৰ অনুশাসন সমিতিয়ে ঘটনাৰ তদন্ত কৰাৰ অন্তত সোমবাৰে বিয়লি গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
News18-Assam
Updated: September 9, 2019, 7:33 PM IST
এগৰাকী ছাত্ৰীক অশালীন আচৰণ কৰি অৱশেষত নিলম্বিত হ’ল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ জ্যোতি গগৈ। বিশ্ববিদ্যালয়ৰ অনুশাসন সমিতিয়ে ঘটনাৰ তদন্ত কৰাৰ অন্তত সোমবাৰে বিয়লি গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ড০ জ্যোতি গগৈক বিশ্ববিদ্যালয়ৰ সকলো দায়িত্বৰ পৰা অব্যাহত দিয়া হৈছে। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হোৱাৰ অন্তত তাৰ ফলাফল নোলোৱা পৰ্যন্ত নিলম্বিত হৈ থাকিব অধ্যাপকগৰাকী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি