কয়দীক গাড়ীত এৰি চাহ খাবলৈ নামিল আৰক্ষী, সুযোগ বুজি আইনা ভাঙি লৰ মাৰিলে অভিযুক্ত

পলায়ন কৰা কয়দীটোৰ নাম ৰোহিত চাংমা। পলাতক কয়দীটোৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান।

News18-Assam
Updated:October 18, 2019, 1:18 PM IST
কয়দীক গাড়ীত এৰি চাহ খাবলৈ নামিল আৰক্ষী, সুযোগ বুজি আইনা ভাঙি লৰ মাৰিলে অভিযুক্ত
পলায়ন কৰা কয়দীটোৰ নাম ৰোহিত চাংমা। পলাতক কয়দীটোৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান।
News18-Assam
Updated: October 18, 2019, 1:18 PM IST
গোৱালপাৰাত আৰক্ষীৰ জিম্মাৰ পৰা কয়দীৰ পলায়ন। গোৱালপাৰাৰ জে’লৰ পৰা গুৱাহাটীলৈ নিয়া হৈছিল ৫ কয়দীক। ধনুভাঙাৰ দেওশীলা দৈনিক বজাৰৰ পৰা পলায়ন এটা কয়দীৰ। ৩ কয়দীসহ চাহ খাবলৈ নামিছিল আৰক্ষী। গাড়ীত বহি আছিল আন দুটা কয়দী। আৰক্ষীয়ে চাহ খাই থকাৰ সুযোগ বুজি গাড়ীৰ আইনা ভাঙি পলায়ন কৰে এটা কয়দীয়ে। পলায়ন কৰা কয়দীটোৰ নাম ৰোহিত চাংমা। পলাতক কয়দীটোৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান। GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা হৈছিল কয়দীকেইটাক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি