
এটা লোহা চুৰিৰ গোচৰত বিচাৰাধীন অৱস্থাত বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰিফুল ইছলাম৷
এটা লোহা চুৰিৰ গোচৰত বিচাৰাধীন অৱস্থাত বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰিফুল ইছলাম৷
বৰপেটা জিলা কাৰাগাৰৰ পৰা নিশা এজন কাৰাবন্দীৰ পলায়ন৷ পলায়ন কৰা লোকজনৰ নাম আৰিফুল ইছলাম৷ বৰপেটাৰ সনকুছি কলনীত ঘৰ আৰিফুল ইছলামৰ৷ এটা লোহা চুৰিৰ গোচৰত বিচাৰাধীন অৱস্থাত বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰিফুল ইছলাম৷
নিশা প্ৰায় ১১ বজাত কাৰাগাৰৰ পৰা পলায়ন কৰা লোকজনক আজি পুৱা চালটা বজাৰ গাঁৱৰ শহুৰেকৰ ঘৰত শুই থকা অৱস্থাত পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ পৰা জানিব পৰা মতে, চালটা বজাৰত শহুৰেকৰ ঘৰত শুই থকা অৱস্থাত পলাতক আৰিফুলক গ্ৰেপ্তাৰ কৰা হয়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|