உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জে’লৰ পৰা পলাই গৈ শহুৰেকৰ ঘৰত টোপনি মাৰি আছিল, কিন্তু দিন বেয়া আছিল আৰিফুলৰ

    জে’লৰ পৰা পলাই গৈ শহুৰেকৰ ঘৰত টোপনি মাৰি আছিল, কিন্তু দিন বেয়া আছিল আৰিফুলৰ

    এটা লোহা চুৰিৰ গোচৰত বিচাৰাধীন অৱস্থাত বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰিফুল ইছলাম৷

    এটা লোহা চুৰিৰ গোচৰত বিচাৰাধীন অৱস্থাত বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰিফুল ইছলাম৷

    এটা লোহা চুৰিৰ গোচৰত বিচাৰাধীন অৱস্থাত বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰিফুল ইছলাম৷

    • Share this:
    বৰপেটা জিলা কাৰাগাৰৰ পৰা নিশা এজন কাৰাবন্দীৰ পলায়ন৷ পলায়ন কৰা লোকজনৰ নাম আৰিফুল ইছলাম৷ বৰপেটাৰ সনকুছি কলনীত ঘৰ আৰিফুল ইছলামৰ৷ এটা লোহা চুৰিৰ গোচৰত বিচাৰাধীন অৱস্থাত বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰিফুল ইছলাম৷

    নিশা প্ৰায় ১১ বজাত কাৰাগাৰৰ পৰা পলায়ন কৰা লোকজনক আজি পুৱা চালটা বজাৰ গাঁৱৰ শহুৰেকৰ ঘৰত শুই থকা অৱস্থাত পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ পৰা জানিব পৰা মতে, চালটা বজাৰত শহুৰেকৰ ঘৰত শুই থকা অৱস্থাত পলাতক আৰিফুলক গ্ৰেপ্তাৰ কৰা হয়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: