JMCHৰ পৰা পলায়ন কৰা আচামী সূৰয ছেত্ৰীক পুনৰ গ্ৰেপ্তাৰ

কাৰ্বি আংলং জিলাৰ চকীহোলাৰ পৰা গ্ৰেপ্তাৰ কৰে আচামীটোক। সোমবাৰে দুপৰীয়া JMCHৰ পৰা পলায়ন কৰিছিল সূৰয ছেত্ৰীয়ে।

news18assam
Updated:July 2, 2019, 9:12 AM IST
JMCHৰ পৰা পলায়ন কৰা আচামী সূৰয ছেত্ৰীক পুনৰ গ্ৰেপ্তাৰ
কাৰ্বি আংলং জিলাৰ চকীহোলাৰ পৰা গ্ৰেপ্তাৰ কৰে আচামীটোক। সোমবাৰে দুপৰীয়া JMCHৰ পৰা পলায়ন কৰিছিল সূৰয ছেত্ৰীয়ে।
news18assam
Updated: July 2, 2019, 9:12 AM IST
JMCHৰ পৰা পলায়ন কৰা আচামী সূৰয ছেত্ৰীক পুনৰ গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে। কাৰ্বি আংলং জিলাৰ চকীহোলাৰ পৰা গ্ৰেপ্তাৰ কৰে আচামীটোক। সোমবাৰে দুপৰীয়া JMCHৰ পৰা পলায়ন কৰিছিল সূৰয ছেত্ৰীয়ে। ২১ জুনত গোলাঘাটৰ থুৰামুখৰ পৰা ড্ৰাগছসহ  গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ পেডলাৰটোক। কাৰাগাৰত অসুস্থ হোৱাত হাস্পতালত ভৰ্তি কৰাইছিল। ২৫ জুনত গোলাঘাটৰ পৰা নিয়া হৈছিল JMCHলৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি