মুখ্যপৃষ্ঠা »খবৰ »অসম »শিক্ষা বিভাগে প্ৰকাশ কৰিলে SOP ! ১৯ অক্টোবৰৰ পৰা এই নিয়মসমূহ মানি চলি খুলিব লাগিব প্ৰাথমিক বিদ্যালয়...

শিক্ষা বিভাগে প্ৰকাশ কৰিলে SOP ! ১৯ অক্টোবৰৰ পৰা এই নিয়মসমূহ মানি চলি খুলিব লাগিব প্ৰাথমিক বিদ্যালয়...

১৯ অক্টোবৰৰ পৰা অসমত (Assam) খুলিব প্ৰাথমিক বিদ্যালয় (Primary School)। শিক্ষা বিভাগে প্ৰকাশ কৰিলে বিদ্যালয় খোলাৰ SOP। 

  • Share this:
১৯ অক্টোবৰৰ পৰা অসমত (Assam) শিক্ষাৰ্থীৰ বাবে খুলিব প্ৰাথমিক বিদ্যালয় (Primary School)। শিক্ষা বিভাগে প্ৰকাশ কৰিলে ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয় খোলাৰ SOP।

সোমবাৰ, বুধবাৰ, শুক্ৰবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ'ব। মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ'ব। বিদ্যালয়ৰ প্ৰধান শিক্ষকে সকলো Covid-19 প্ৰট'কল মানি চলাটো নিশ্চিত কৰিব লাগিব। এটা ক্লাছত ৩০ জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব। শিক্ষানুষ্ঠানৰ চৌহদত মিটিং আৰু সাংস্কৃতিক অনুষ্ঠান পাতিব নোৱাৰিব।

শেহতীয়া বাতৰি