অসমীয়াৰ স্বাভিমান ‘গামোচা’ই লাভ কৰিলে GI Tag

News18-Assam
Updated:November 18, 2019, 4:00 PM IST
অসমীয়াৰ স্বাভিমান ‘গামোচা’ই লাভ কৰিলে GI Tag
Source-Google

গোলাঘাটৰ হস্তশিল্পৰ ফালৰ পৰা  গামোচাক GI Tag দিবলৈ আবেদন জনোৱা হৈছিল

  • Share this:
অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাই লাভ কৰিলে বিশেষ চিনাকী। গামোচাই লাভ কৰিলে ভৌগোলিক পৰিচয়(Geographical IdentityTag)। গোমাচাৰ আগত চকোৱা চাউলেও লাভ কৰিছে এই স্বীকৃতি। ইয়াৰ পূৰ্বে অসমৰ মুগা, জহা চাউল, তেজপুৰৰ লিচুৱে পাইছিল GI Tag। উল্লেখযোগ্য যে, গোলাঘাটৰ হস্তশিল্পৰ ফালৰ পৰা  গামোচাক GI Tag দিবলৈ আবেদন জনোৱা হৈছিল।

গামোচাই অসমৰ কৃষি, প্ৰকৃতি, উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰতো পৰিচয় বহন কৰে বুলি উল্লেখ কৰিছে  GI Tag প্ৰদান কৰা   দেশৰ Intellectual Property India (IPI) bodyএ।
আৰু চাওক
পৰৱৰ্তী বাতৰি