• Home
  • »
  • News
  • »
  • assam
  • »
  • President Ramnath Kovind: বোকাখাটত অঘটন! ৰাষ্ট্ৰপতিৰ এছকৰ্টৰ খুন্দাত নিহত এজন

President Ramnath Kovind: বোকাখাটত অঘটন! ৰাষ্ট্ৰপতিৰ এছকৰ্টৰ খুন্দাত নিহত এজন

  • Share this:
বোকাখাটত সংঘটিত হ'ল অবাঞ্ছিত ঘটনা। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ramnath Kovind)ৰ কনভয়ৰ এছকৰ্টৰ খুন্দাত এজন নিহত ৷

কাজিৰঙা ৰাষ্টাৰীয় উদ্যান (Kaziranga National Park)ৰ সঞ্চালকৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত লকোজন মিলনপুৰৰ ৮৭ বছৰীয়া ৰামেশ্বৰ ৰবি দাস ওৰফে ভায়া বুলি জানিব পৰা গৈছে ৷

বাতৰি মতে কনভয়ৰ একেবাৰে শেষত থকা এছকৰ্ট বাহনৰ খুন্দাত নিহত হয় ৰামেশ্বৰৰ ৷

উল্লেখ্য যে তিনিদিনীয়া অসম ভ্ৰমণত থাক ৰাষ্ট্ৰপতি কোবিন্দে আজি তেজপুৰ বিশ্ব বিদ্যালয়ৰ সমাৱৰ্তনত ভাগ লোৱাৰ পিছতে কাজিৰঙালৈ ৰাওনা হৈছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি