‘ভোগালী বিহুৰ দিনা ৰঙালী বিহুৰ শুভেচ্ছা’ ভুল শুধৰালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

News18 Assam | News18-Assam
Updated:January 15, 2020, 1:04 PM IST
‘ভোগালী বিহুৰ দিনা ৰঙালী বিহুৰ শুভেচ্ছা’ ভুল শুধৰালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰ যোগে ভোগালী বিহুৰ শুভেচ্ছা জনালে ৰাজ্যবাসীক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰ যোগে ভোগালী বিহুৰ শুভেচ্ছা জনালে ৰাজ্যবাসীক

  • Share this:
আজি হেঁপাহৰ ভোগালী বিহু।ভোগালী বিহু উপলক্ষে ৰাজ্যজুৰি উচাহৰ ঢল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰ যোগে ভোগালী বিহুৰ শুভেচ্ছা জনালে ৰাজ্যবাসীক। কিন্তু ভোগালী বিহুৰ দিনা দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যবাসীক ভুল বশতঃ জনালে ‘ৰঙালী বিহু’ৰ শুভেচ্ছা।



পিছত চৌ–দিশে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ে আৰু পুনৰ ১১.৩৩ বজাত শুধৰাই “ভোগালীৰ শুভেচ্ছা” বুলি পোষ্ট কৰে।


আৰু চাওক
পৰৱৰ্তী বাতৰি