ভোগালী বিহু উপলক্ষে অসমৰ ভাতৃ-ভগ্নীসকলৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সমূহ অসমীয়ালৈ আন্তৰিক ওলগ জনালোঁ। মেজিৰ জুইৰ উত্তাপে সমাজৰপৰা নাশ কৰক সকলো অসূয়া-অমংগল। এই উৎসৱে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। - ৰাষ্ট্ৰপতি কোৱিন্দ
— President of India (@rashtrapatibhvn) January 15, 2020
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|