আৰক্ষীৰ জালত হাইলাকান্দি জিলা অগপৰ সভাপতি আফতাব উদ্দিন লস্কৰ

লক ডাউনৰ সময়ত হাইলাকান্দি জিলাৰ মোহনপুৰ সমবায় সমিতিত সংঘঠিত হৈছিল ৪০ লাখ টকাৰ চাউল আত্মসাতৰ ঘটনা।
লক ডাউনৰ সময়ত হাইলাকান্দি জিলাৰ মোহনপুৰ সমবায় সমিতিত সংঘঠিত হৈছিল ৪০ লাখ টকাৰ চাউল আত্মসাতৰ ঘটনা।
- News18 Assam
- Last Updated: October 9, 2020, 6:02 PM IST
তেওঁৰ বিৰুদ্ধে হাইলাকান্দি জিলা প্ৰশাসনেও ৰজু কৰিছিলে গোচৰ। এই গোচৰৰ ভিত্তিত ৫ মাহ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আফতাব উদ্দিনক।
উল্লেখ, ৫ মাহ ধৰি পলাতক আছিল আফতাব উদ্দিন। ইপিনে, গ্ৰেপ্তাৰৰ পিছতে শিলচৰ বিমানবন্দৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আফতাব উদ্দিনে এয়া আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে জিলা অগপৰ সভাপতিগৰাকীয়ে।