১ বাজি ৩০ মিনিটত বিমানবন্দৰৰ পৰা গুৱাহাটী IITৰ হেলিপেডত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুৰ্মু। গুৱাহাটী IITত দুপৰীয়া আহাৰ গ্ৰহণ কৰি ৩ বজাত অংশ লব IITৰ অনুষ্ঠানত।