দক্ষিণ কামৰূপৰ কলহীকাষত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল গৰ্ভৱতী মহিলাৰ

পথৰ কাষেৰে গৈ থকা অৱস্থাতে ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় মহিলাগৰাকী।

News18-Assam
Updated:September 22, 2019, 3:50 PM IST
দক্ষিণ কামৰূপৰ কলহীকাষত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল গৰ্ভৱতী মহিলাৰ
পথৰ কাষেৰে গৈ থকা অৱস্থাতে ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় মহিলাগৰাকী।
News18-Assam
Updated: September 22, 2019, 3:50 PM IST
দক্ষিণ কামৰূপৰ কলহীকাষত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী গৰ্ভৱতী মহিলাৰ। নিহত মহিলাগৰাকী কলহীকাষ গাঁৱৰ বিমলা খাতুন। MGNREGAৰ কামত নিয়োজিত আছিল নম্বৰ প্লেটবিহীন ট্ৰেক্টৰখন। পথৰ কাষেৰে গৈ থকা অৱস্থাতে ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় মহিলাগৰাকী। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি