
Tokyo Olympics: লাভলীনাৰ হৈ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত পূজা-অৰ্চনা। Tokyo অলিম্পিকত কিছুসময়ৰ পিছতে বহু প্ৰত্যাশিত অসম কন্যা লাভলীনা(Lovlina Borgohain)ৰ ছেমি ফাইনেল খেল।
Tokyo Olympics: লাভলীনাৰ হৈ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত পূজা-অৰ্চনা। Tokyo অলিম্পিকত কিছুসময়ৰ পিছতে বহু প্ৰত্যাশিত অসম কন্যা লাভলীনা(Lovlina Borgohain)ৰ ছেমি ফাইনেল খেল।
লাভলীনাৰ হৈ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত পূজা-অৰ্চনা। Tokyo অলিম্পিকত কিছুসময়ৰ পিছতে বহু প্ৰত্যাশিত অসম কন্যা লাভলীনা(Lovlina Borgohain)ৰ ছেমি ফাইনেল খেল।
এই খেলত লাভলীনাৰ বিজয়ৰ বাবে ঐতিহাসিক শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱৰ শ্ৰীচৰণত বন্তি প্ৰজ্বলন কৰি সেৱা জনালে মন্দিৰ পৰিচালনা সমিতিয়ে। লগতে হয়গ্ৰীৱ মাধৱলৈ আগবঢ়োৱা হল তুলসীৰ মালা । লাভলীনাৰ ছেমি ফাইনেলৰ প্ৰাকক্ষণত সমগ্ৰ ৰাজ্যৰ লগতে তীৰ্থ নগৰী হাজোতো চলিছে পূজা অৰ্চনা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|