• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত কাৰাগাৰৰ পৰা ওলাল প্ৰণিতা, ফেচবুক কমেণ্ট কৰি ডেৰমাহ ধৰি বন্দী হৈ আছিল জে’লত

অৱশেষত কাৰাগাৰৰ পৰা ওলাল প্ৰণিতা, ফেচবুক কমেণ্ট কৰি ডেৰমাহ ধৰি বন্দী হৈ আছিল জে’লত

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷

  • Share this:
অৱশেষত মুকলি আকাশৰ তললৈ আহিল বক্সাৰ প্ৰণিতা চুতীয়া। ফেচবুকত আলফা (স্বাধীন)-ৰ সম্পৰ্কত দিয়া এটা পোষ্টত আপত্তিজনক মন্তব্য কৰাৰ পিছতেই বিগত ডেৰ মাহে শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছিল প্ৰণিতা চুতীয়া৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷

২০১৫ বৰ্ষৰ পৰা বক্সিং আৰু উশ্বু খেলত জড়িত প্ৰেৰণাই ইতিমধ্যেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷ চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে প্ৰণিতাৰ জামিন।
Published by:Sanjay Kumar Das
First published: