ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷
অৱশেষত মুকলি আকাশৰ তললৈ আহিল বক্সাৰ প্ৰণিতা চুতীয়া। ফেচবুকত আলফা (স্বাধীন)-ৰ সম্পৰ্কত দিয়া এটা পোষ্টত আপত্তিজনক মন্তব্য কৰাৰ পিছতেই বিগত ডেৰ মাহে শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছিল প্ৰণিতা চুতীয়া৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷
২০১৫ বৰ্ষৰ পৰা বক্সিং আৰু উশ্বু খেলত জড়িত প্ৰেৰণাই ইতিমধ্যেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷ চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে প্ৰণিতাৰ জামিন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|