‘মই সংগ্ৰামৰ লগত জড়িত, বিস্ফোৰণৰ লগত নহয়’

মই সংগ্ৰাম সংগ্ৰামৰ লগত জড়িত, এই সংগ্ৰাম অব্যাহত থাকিব। মোৰ দেশ, মোৰ জাতি, মোৰ স্বাভিমান। অসম কেতিয়াও ভাৰতৰ অংগ নহয় আৰু হ’ব নিদিওঁ।

news18assam
Updated:May 17, 2019, 4:29 PM IST
‘মই সংগ্ৰামৰ লগত জড়িত, বিস্ফোৰণৰ লগত নহয়’
মই সংগ্ৰাম সংগ্ৰামৰ লগত জড়িত, এই সংগ্ৰাম অব্যাহত থাকিব। মোৰ দেশ, মোৰ জাতি, মোৰ স্বাভিমান। অসম কেতিয়াও ভাৰতৰ অংগ নহয় আৰু হ’ব নিদিওঁ।
news18assam
Updated: May 17, 2019, 4:29 PM IST
জু–ৰোডৰ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুক আজি হাজিৰ কৰোৱা হয় আদালতত। আদালতলৈ নিয়াৰ সময়ত NEWS18ৰ আগত বহু বিস্ফোৰক মন্তব্য কৰে প্ৰাণময় ৰাজগুৰুৱে।

ৰাজগুৰুৱে কয় – ‘মই সংগ্ৰাম সংগ্ৰামৰ লগত জড়িত, এই সংগ্ৰাম অব্যাহত থাকিব। মোৰ দেশ, মোৰ জাতি, মোৰ স্বাভিমান। অসম কেতিয়াও ভাৰতৰ অংগ নহয় আৰু হ’ব নিদিওঁ। দেশক ভাল পোৱা কেতিয়াও অপৰাধ নহয়, আৰু সেইয়া যদি অপৰাধ তেন্তে মই অপৰাধী। সংগ্ৰামৰ লগত মই জড়িত, বিস্ফোৰণৰ লগত নহয়।’ আনহাতে, জাহ্নৱীৰ ভাৰাঘৰত উদ্ধাৰ হোৱা সেইয়া কোনো বিস্ফোৰক নহয় বুলিও মন্তব্য কৰে আলোচনাপন্থী আলফা নেতাজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি