সম্পৰ্কীয় ভগ্নী জাহ্নৱীৰ সৈতে আটক আলোচনাপন্থী আলফা প্ৰাণময় ৰাজগুৰু

আলোচনাপন্থী আলফা প্ৰাণময় ৰাজগুৰু আৰু তেওঁৰ সম্পৰ্কীয় ভনীয়েক জাহ্নৱী শইকীয়াক আটক। পাঞ্জাবাৰীৰ নামঘৰ পথত থকা জাহ্নৱীৰ ভাৰাঘৰৰ পৰা আটক দুয়োকে।

news18assam
Updated:May 16, 2019, 4:44 PM IST
সম্পৰ্কীয় ভগ্নী জাহ্নৱীৰ সৈতে আটক আলোচনাপন্থী আলফা প্ৰাণময় ৰাজগুৰু
আলোচনাপন্থী আলফা প্ৰাণময় ৰাজগুৰু আৰু তেওঁৰ সম্পৰ্কীয় ভনীয়েক জাহ্নৱী শইকীয়াক আটক। পাঞ্জাবাৰীৰ নামঘৰ পথত থকা জাহ্নৱীৰ ভাৰাঘৰৰ পৰা আটক দুয়োকে।
news18assam
Updated: May 16, 2019, 4:44 PM IST
আলোচনাপন্থী আলফা প্ৰাণময় ৰাজগুৰু আৰু তেওঁৰ সম্পৰ্কীয় ভনীয়েক জাহ্নৱী শইকীয়াক আটক। পাঞ্জাবাৰীৰ নামঘৰ পথত থকা জাহ্নৱীৰ ভাৰাঘৰৰ পৰা আটক দুয়োকে। আজি পুৱাৰে পৰা মহানগৰ আৰক্ষীয়ে অভিযান চলাইছিল জাহ্নৱীৰ ভাৰাঘৰত। অভিযানৰ সময়ত ঘৰটোতে আছিল প্ৰাণময় ৰাজগুৰু। আৰক্ষীয়ে দুয়োকে আটক কৰাৰ লগতে জব্দ কৰে পিষ্টল, গুলীসহ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।

অৱশ্যে জু–ৰোডৰ বিস্ফোৰণৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰা নাই প্ৰাণময় ৰাজগুৰুৱে। জাহ্নৱীৰ ঘৰত উদ্ধাৰ হৈছে বিস্ফোৰকসহ আলফাৰ পেড। দুয়োকে আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিব প্ৰকৃত সত্য।

আৰু চাওক পৰৱৰ্তী বাতৰি