মুখ্যপৃষ্ঠা »খবৰ »অসম »Actor Pranjit Das : অভিনয় কৰি থাকোঁতে মঞ্চত ঢলি পৰিল ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত্‍ দাস

Actor Pranjit Das : অভিনয় কৰি থাকোঁতে মঞ্চত ঢলি পৰিল ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত্‍ দাস

‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে অভিনেতাগৰাকী

‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে অভিনেতাগৰাকী

‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে অভিনেতাগৰাকী

  • Share this:

মঞ্চত অভিনয় কৰি থাকোঁতে ঢলি পৰিল ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিৎ দাস। লগে লগে অভিনেতাগৰাকীক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে শিল্পীগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি গুৱাহাটী মেট্ৰো হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে।


সংকটজনক অৱস্থাত চিকিৎসাধীন অভিনেতা প্ৰাণজিৎ দাসে বৃহস্পতিবাৰে নিশা সূৰ্য থিয়েটাৰৰ ‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে। অভিনেতাগৰাকী ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি