ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজ্যবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা

News18 Assam | News18-Assam
Updated:April 15, 2021, 3:05 PM IST
ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজ্যবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা
বিগত বৰ্ষৰ অক্টোবৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে ক্ৰমাৎ সুষ্ঠ হৈ উঠিছে।

বিগত বৰ্ষৰ অক্টোবৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে ক্ৰমাৎ সুষ্ঠ হৈ উঠিছে।

  • Share this:
ক্ৰমাৎ সুস্থ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যবাসীক প্ৰফুল্ল কুমাৰ মহন্তই জনালে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। বিগত বৰ্ষৰ অক্টোবৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে ক্ৰমাৎ সুষ্ঠ হৈ উঠিছে।

অসুস্থতাৰ বাবেই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দলীয় টিকট লাভ নকৰিলে বা পিছলৈ নিৰ্দলীয় হিচাপেও নিৰ্বাচনত অংশ গ্ৰহণ নকৰিলে মহন্তই। বিহুৰ বতৰত পিতৃ খামুচিয়া সত্ৰৰ সত্ৰাধিকাৰ দেৱকান্ত মহন্তক সেৱা কৰাৰ লগতে পৰিয়ালৰ লগত কটাবলৈ নগাঁৱলৈ গৈছে মহন্ত।
Published by: Sanjay Kumar Das
First published: April 15, 2021, 3:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি