
বিগত বৰ্ষৰ অক্টোবৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে ক্ৰমাৎ সুষ্ঠ হৈ উঠিছে।
বিগত বৰ্ষৰ অক্টোবৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে ক্ৰমাৎ সুষ্ঠ হৈ উঠিছে।
ক্ৰমাৎ সুস্থ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যবাসীক প্ৰফুল্ল কুমাৰ মহন্তই জনালে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। বিগত বৰ্ষৰ অক্টোবৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে ক্ৰমাৎ সুষ্ঠ হৈ উঠিছে।
অসুস্থতাৰ বাবেই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দলীয় টিকট লাভ নকৰিলে বা পিছলৈ নিৰ্দলীয় হিচাপেও নিৰ্বাচনত অংশ গ্ৰহণ নকৰিলে মহন্তই। বিহুৰ বতৰত পিতৃ খামুচিয়া সত্ৰৰ সত্ৰাধিকাৰ দেৱকান্ত মহন্তক সেৱা কৰাৰ লগতে পৰিয়ালৰ লগত কটাবলৈ নগাঁৱলৈ গৈছে মহন্ত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|