অৱশেষত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰদীপ দত্ত ৰয়ক। কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত বাঙালী নেতাজনক। অসমীয়া ভাষাক সুবিধা পালেই অপমান কৰি আহিছিল প্ৰদীপ দত্ত ৰয়ে। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সকীয়নি প্ৰদান কৰিছিল প্ৰদীপ দত্ত ৰয়ক। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ আছিল। প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ৰুজু কৰা হৈছে IPC 153, 295, 295(A), 124,505, 506 নম্বৰৰ গোচৰ। Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese