உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চুপাৰি ছিণ্ডিকেটত BJP নেতা! গুৱাহাটী মহানগৰ জিলা বিজেপি কিষাণ মৰ্চাৰ সভাপতিক বহিষ্কাৰ

    চুপাৰি ছিণ্ডিকেটত BJP নেতা! গুৱাহাটী মহানগৰ জিলা বিজেপি কিষাণ মৰ্চাৰ সভাপতিক বহিষ্কাৰ

    prabir pal

    prabir pal

    বাৰ্মিজ চুপাৰি সৰবৰাহৰ অভিযোগত কাছাৰত গ্ৰাপ্তাৰ হৈছিল প্ৰবীৰ পাল।

    • Share this:
    গুৱাহাটী মহানগৰ জিলা বিজেপি কিষাণ মৰ্চাৰ সভাপতি প্ৰবীৰ পালক বহিষ্কাৰ।

    প্ৰবীৰ পালক তাৎক্ষণিকভাৱে বহিষ্কাৰ দলৰ পৰা।

    অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগৰ ভিত্তিত বহিষ্কাৰ।

    বাৰ্মিজ চুপাৰি সৰবৰাহৰ অভিযোগত কাছাৰত গ্ৰাপ্তাৰ হৈছিল প্ৰবীৰ পাল। কাছাৰৰ লায়লাুলত আক্ষঈয়ে জব্দ কৰা চোৰাং বাৰ্মিজ চুপাৰি ভাৰ্তি ট্ৰাক মোকলাবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল প্ৰবীৰ পাল।
    Published by:Manjumoni Borah
    First published: