• Home
  • »
  • News
  • »
  • assam
  • »
  • Heavy Rain in Assam: স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ দিন সলনি, কামৰূপ মহানগৰৰ শিক্ষানুষ্ঠান বন্ধ

Heavy Rain in Assam: স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ দিন সলনি, কামৰূপ মহানগৰৰ শিক্ষানুষ্ঠান বন্ধ

 ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব।

ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব।

ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব।

  • Share this:
কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত) কাইলৈ (১৭/০৬/২০২২) বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব।

আনহাতে, বান পৰিস্থিতিৰ বাবে স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ দিন সলনি কৰা হৈছে। ১৯ জুনৰ পৰিৱৰ্তে ৩ জুলাইত হ'ব লিখিত পৰীক্ষা ।
Published by:Gautam Barman
First published: