
গাহৰি মাংস বিক্ৰী বন্ধ কৰাক লৈ তৎপৰ জিলা প্ৰশাসন।
গাহৰি মাংস বিক্ৰী বন্ধ কৰাক লৈ তৎপৰ জিলা প্ৰশাসন।
গোলাঘাট জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা কৰা হৈছে গাহৰি মাংস বিক্ৰী। গোলাঘাট আঠখেলীয়া বৰকছাৰীত ছোৱাইন ফিভাৰত এশৰ অধিক গাহৰিৰ মৃত্যু হোৱাৰ পিছত তৎপৰ হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসন। ফলত জিলাখনত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে গাহৰিৰ মাংস বিক্ৰী আৰু প্ৰচলন। কিন্তু এচাম দুষ্ট চক্ৰই গোলাঘাটৰ পৰা গাহৰিসমূহ কিনি যোৰহাট জিলাত বিক্ৰী কৰা অভিযোগ উত্থাপন হৈছে। যোৰহাট জিলাত সম্পূৰ্ণৰূপে গাহৰি মাংস বন্ধ কৰাৰ দাবী জনাইছে এচাম লোকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|