নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব ভিতালী দাসৰ শেষকৃত্য
সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰৰ পৰা প্ৰয়াত গায়িকাগৰাকীলৈ জনোৱা হ’ব শ্ৰদ্ধাঞ্জলি।
সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰৰ পৰা প্ৰয়াত গায়িকাগৰাকীলৈ জনোৱা হ’ব শ্ৰদ্ধাঞ্জলি।
- News18 Assam
- Last Updated: April 22, 2021, 10:25 AM IST
উল্লেখযোগ্য যে বুধবাৰে কোভিড নিগেটিভ লাভ কৰিছিল চিকিৎসকে। যাৰ বাবে কোভিডৰ নীতি–নিৰ্দেশনা অনুসৰি নহয় সৎকাৰ। বিপৰীতে পৰিয়ালে সম্পন্ন কৰিব পাৰিব সাত্বিক নিয়মেৰে।