• Home
  • »
  • News
  • »
  • assam
  • »
  • Jacqueline Fernandez : কামাখ্যা মন্দিৰত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ, চাবলৈ ভক্তৰ ভিৰ!

Jacqueline Fernandez : কামাখ্যা মন্দিৰত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ, চাবলৈ ভক্তৰ ভিৰ!

মন কৰিবলগীয়া যে, মন্দিৰ দৰ্শনৰ সময়ছোৱাত সংবাদ মাধ্যমৰ আগত কামাখ্যা দৰ্শন কৰি ধন্য হোৱা বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে

  • Share this:
শক্তিপীঠ কামাখ্যা ধামত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ। মা কামাখ্যাৰ শ্ৰী চৰণত বিশেষ পূজা অৰ্পণ অভিনেত্ৰীগৰাকীৰ।

নিজৰ জন্মদিন উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত আজি বিয়লি উপস্থিত হয় অভিনেত্ৰীগৰাকী।

উল্লেখ্য যে অভিনেত্ৰীগৰাকীক চাবলৈ ভিৰ কৰে মন্দিৰ দৰ্শনৰ বাবে অহা ভক্তসকলে।বুধবাৰে গুৱাহাটীত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী। মন কৰিবলগীয়া যে, মন্দিৰ দৰ্শনৰ সময়ছোৱাত সংবাদ মাধ্যমৰ আগত কামাখ্যা দৰ্শন কৰি ধন্য হোৱা বুলি উল্লেখ অভিনেত্ৰীগৰাকীৰ।
Published by:Gautam Barman
First published: