• Home
  • »
  • News
  • »
  • assam
  • »
  • Sharman Joshi : কাজিৰঙা দৰ্শন কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বৰ্মান যোশীয়ে

Sharman Joshi : কাজিৰঙা দৰ্শন কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বৰ্মান যোশীয়ে

ৰঙালী বিহুৰ সময়ত আহি বোকাখাতত এনিশা কটায় অভিনেতাজনে

ৰঙালী বিহুৰ সময়ত আহি বোকাখাতত এনিশা কটায় অভিনেতাজনে

ৰঙালী বিহুৰ সময়ত আহি বোকাখাতত এনিশা কটায় অভিনেতাজনে

  • Share this:
কাজিৰঙা দৰ্শন কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বৰ্মান যোশীয়ে। থ্ৰী ইডিয়টছ (3idiots), গোলাম, ফাৰাৰী কি ছাৱাৰী, ৰং দে বাসন্তী আদিকে ধৰি বহু জনপ্ৰিয় ছবিৰ অভিনেতা শ্বৰ্মান যোশীয়ে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ উপস্থিত হয় বোকাখাতত।

অভিনেতাজনৰ বোকাখাতৰ বন্ধু অনিমেষ শইকীয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি থ্ৰী ইডিয়টছৰ 'ৰাজু' খ্যাত অভিনেতা যোশী (Sharman Joshi) উপস্থিত হয় বোকাখাতত। কাজিৰঙাৰ (Kaziranga National Park) অগৰাতলী বনাঞ্চল পৰিৰ্দশন কৰি আপ্লুত হোৱা অভিনেতাজনে কয় যে খুব সোনকালেই তেওঁ পৰিয়ালসহ পুনৰ কাজিৰঙা চাবলৈ আহিব।

ৰঙালী বিহুৰ সময়ত আহি বোকাখাতত এনিশা কটোৱা অভিনেতাজনে স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত বিহু, ঝুমুৰো উপভোগ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি