মহানগৰীৰ ১৬টা বিবাহ ভৱনত ওলমিব তলা

পানী পৰিশোধনৰ বিজ্ঞানসন্মত ব্যৱস্থাৰ অভাৱ বিবাহভৱনকেইটাত। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ নিৰ্দেশনা জাৰি। অচিৰে বিদ্যুত্‍ সংযোগ কৰ্তন কৰিব APDCL-এ। পানীসহ আন অত্যাৱশ্যকীয় সেৱাও লাভ নকৰিব।

News18-Assam
Updated:July 2, 2019, 9:41 AM IST
মহানগৰীৰ ১৬টা বিবাহ ভৱনত ওলমিব তলা
পানী পৰিশোধনৰ বিজ্ঞানসন্মত ব্যৱস্থাৰ অভাৱ বিবাহভৱনকেইটাত। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ নিৰ্দেশনা জাৰি। অচিৰে বিদ্যুত্‍ সংযোগ কৰ্তন কৰিব APDCL-এ। পানীসহ আন অত্যাৱশ্যকীয় সেৱাও লাভ নকৰিব।
News18-Assam
Updated: July 2, 2019, 9:41 AM IST
মহানগৰীৰ ১৬টা বিবাহ ভৱনত ওলমিব তলা। ইফুৱেণ্ট ট্ৰিটমেণ্ট প্লেণ্ট ব্যৱস্থাৰ অভাৱৰ বাবে বিবাহ ভৱনকেইটা বন্ধ হ’ব। পাঞ্জাবাৰীৰ চেলেষ্টিয়েল, জু-ৰোড তিনিআলিৰ বৃন্দাবন গাৰ্ডেন, হাতীগাঁৱৰ ৰম্ভা মাধৱ অমৰাৱতী, নাৰেংগীৰ সাগৰিকা পেলেচ, লালগণেশৰ উৰ্বা, চচলৰ জোনবেলি বিবাহ ভৱন, কুমাৰপাৰাৰ গ্ৰীন কেচ্চল, নাৰিকলবাৰীৰ জোনাকী কাৰেং, হাতীগাঁৱৰ মনিষা, ভেটাপাৰাৰ চিটীডেন পাৰ্টী হল, মঠঘৰিয়াৰ কল্পনা, লাষ্টগে’টৰ এলজিয়েন পেলেচ, বাৰোৱাৰীৰ কণিকা, নাৰেংগীৰ টাউন হল ভৱন, কুমাৰপাৰাৰ হাৰিয়ানা চেৰিটেবল ট্ৰাষ্ট ভৱন আৰু ৰিহাবাৰীৰ ৰিষ্টে বিবাহ ভৱনত ওলমিব তলা। পানী পৰিশোধনৰ বিজ্ঞানসন্মত ব্যৱস্থাৰ অভাৱ বিবাহভৱনকেইটাত। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ নিৰ্দেশনা জাৰি। অচিৰে বিদ্যুত্‍ সংযোগ কৰ্তন কৰিব APDCL-এ। পানীসহ আন অত্যাৱশ্যকীয় সেৱাও লাভ নকৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি