লংকাত প’লিং এজেণ্টক আক্ৰমণ

লংকাৰ উদালীত নিৰ্বাচনকেন্দ্ৰিক হিংসা, বিজেপিৰ এজন প’লিং এজেণ্টক কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ

news18assam
Updated:April 19, 2019, 12:07 PM IST
লংকাত প’লিং এজেণ্টক আক্ৰমণ
ব্ৰেকিং নিউজ
news18assam
Updated: April 19, 2019, 12:07 PM IST
লংকাৰ উদালীত নিৰ্বাচনকেন্দ্ৰিক হিংসা। বিজেপিৰ এজন প’লিং এজেণ্টক কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ। ভুৱা ভোটাৰক ধৰা পেলোৱাৰ বাবে আক্ৰমণ প’লিং এজেণ্ট মিনাজ হুছেইন লস্কৰক। ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ ৪ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু। মজিবুৰ ৰহমান, গিয়াছ উদ্দিন, ছাইদুৰ ৰহমান আৰু ফাৰুক আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল।
আৰু চাওক পৰৱৰ্তী বাতৰি