তৃতীয় পৰ্যায়ত সৰ্বাধিক ভোটগ্ৰহণ

৮৪.৪৭ শতাংশ ভোটদানৰ হাৰেৰে তৃতীয় পৰ্যায়ৰ ভোটদানৰ হাৰে অতিক্ৰম কৰিলে প্ৰথম দুটা পৰ্যায়ৰ ভোটদানৰ হাৰ।

news18assam
Updated:April 24, 2019, 6:40 PM IST
তৃতীয় পৰ্যায়ত সৰ্বাধিক ভোটগ্ৰহণ
৮৪.৪৭ শতাংশ ভোটদানৰ হাৰেৰে তৃতীয় পৰ্যায়ৰ ভোটদানৰ হাৰে অতিক্ৰম কৰিলে প্ৰথম দুটা পৰ্যায়ৰ ভোটদানৰ হাৰ।
news18assam
Updated: April 24, 2019, 6:40 PM IST
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ হাৰতকৈ বৃদ্ধি পালে তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰ। ৮৪.৪৭ শতাংশ ভোটদানৰ হাৰেৰে তৃতীয় পৰ্যায়ৰ ভোটদানৰ হাৰে অতিক্ৰম কৰিলে প্ৰথম দুটা পৰ্যায়ৰ ভোটদানৰ হাৰ। অসমত তিনিটা পৰ্যায়ৰ অন্তত মুঠ ভোটদানৰ হাৰ ৮১.৩১ শতাংশ। তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ ধুবুৰী সমষ্টিত সৰ্বাধিক ৮৯.৯৭ শতাংশ ভোটদান।

বৰপেটা সমষ্টিত ভোটদানৰ হাৰ  ৮৫.৮৩ শতাংশ । কোকৰাঝাৰ সমষ্টিত ভোটদানৰ হাৰ  ৮১.৯০ শতাংশ । গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ ৮০.৮১ শতাংশ। প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৭৮.২৭ শতাংশ। দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৮১.২০ শতাংশ। তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৮৪.৪৭ শতাংশ।​
আৰু চাওক পৰৱৰ্তী বাতৰি