কোভিড–১৯ত আক্ৰান্ত নৰেন বৰ্মনক চিকিৎসাৰ বাবে কামৰূপৰ শিঙিমাৰী কোভিড হাস্পতালত ভৰ্তি কৰা হয়।
কোভিড–১৯ত আক্ৰান্ত নৰেন বৰ্মনক চিকিৎসাৰ বাবে কামৰূপৰ শিঙিমাৰী কোভিড হাস্পতালত ভৰ্তি কৰা হয়।
ৰাজ্যত কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। মহানগৰীৰ বহু কেইজন আৰক্ষী আক্ৰান্ত হৈছে কোভিড-১৯ত। এইবাৰ কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী থানাৰ এজন বেটেলিয়নৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। কনিষ্টবলজনৰ নাম নৰেন বৰ্মন। কোভিড–১৯ত আক্ৰান্ত নৰেন বৰ্মনক চিকিৎসাৰ বাবে কামৰূপৰ শিঙিমাৰী কোভিড হাস্পতালত ভৰ্তি কৰা হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|